INCREDIBLE ASSAM

Friday, 27 June 2014

Today Artificial Flood Hampered The Normal Life In Guwahati. 

                                    










Courtesy: Dy365


Thursday, 26 June 2014

Admission Notification -Dibrugarh University for the session 2014-15.




Friday, 20 June 2014

একাঁজলি শ্ৰদ্ধাঞ্জলি.....








Wednesday, 18 June 2014

1. বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱালৈ অসম চৰকাৰে আগবঢ়াইছে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা। অহা বিশ জুনত পোনপ্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰ ভৱনৰ পৰিবৰ্তে অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান তেজপুৰ জিলা পুথিভঁৰালত আয়োজন কৰিছে। এই বঁটা উক্ত অনু্ষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰুৱাদেৱক প্ৰদান কৰিব।

Monday, 16 June 2014

KUSHAL KONWAR


Kushal Konwar (কুশল কোঁৱৰ) was an Indian freedom fighter from Assam and he happened to be the only martyr in the country who was hanged during last phase of the Quit India Movement of 1942-43.


Early life, education and work

kushal Konwar was born in March 21, 1905 at Balijan near Sarupathar in the present District of Golaghat in Assam. Kushal did his schooling in the Bezbaruah School. In 1921, while still at school he was inspired by Gandhiji’s clarion call for Non-cooperation movement and took active part in it. The young man inspired by Gandhiji’s ideals of Swaraj, Truth and Ahimsa, set up a primary school at Bengmai and served as its honorary teacher. Later, he joined the Balijan Tea Estate as a clerk and worked for a while. But, the spirit of independence and call of Mahatma Gandhi inspired him to dedicate himself wholeheartedly in the Independence Movement. He organised the Congress party and lead the people of Sarupathar area in Satyagraha and non-cooperation movement against the British. He was elected the President of the Sarupathar Congress Committee.


Kushal Konwar
Born1905
India GolaghatAssam
Died15 June 1943

Friday, 13 June 2014

Asomiya comedy (By Collection)


ঘৰুৱা কেইটামান উপদেশ:

1. যদি আপোনাক কুকুৰে কামোৰে তেনে আপুনি ওলোটাই কামুৰি দিব,হিচাপ সমান সমান ....2. গাখীৰ ফাটিলে ভাল ৰছীৰে চিলাই দিব , কোনেও গমেই নাপাব ....3. যদি আপোনাৰ খুব চুলি সৰে তেনে মুণ্ডন কৰি পেলাওক , কেতিয়াও নসৰে.....4. নিজৰ গাৰ ৰঙ গা কৰিবলে মন গ’লে মাছ খাই গাখীৰ খাই দিব, বগা হৈ আহিব....5. যদি ডিঙিৰ বিষ হৈছে তেনে কাৰোবাক টেটু চেপি দিবলে কওক, আকৌ কেতিয়াও নিবিষাব ....6. আপোনাৰ ভৰি ফাটিলে ক্রীম খনাতকে বেজীৰে চিলাই পেলাওক....7. যদি আপোনাৰ হাতৰ বিষ হৈছে তেনে এটা হাতুৰীৰে ভৰিত মৰিয়াই যাওক , বিশ্বাস কৰক আপুনি হাতৰ বিষ পাহৰি যাব....8. যদি দাঁত্ত পোক আছে তেনে এমাহলৈ একো নাখাব , পোকতো ভোকত মৰি থাকিব ...9. যদি আপোনাৰ ৰাতি টোপনি নাহে তেনে দিনত শুৱক .
ভগৱান –উস ...এতিয়া কন্দুৱাবি নেকি? যা যা ভিতৰলে যা...
1. তিনিজন মানুহ স্বর্গৰ দুৱাৰমুখত ৰৈ আছে ।পুজাৰী,ডাক্তৰ, শিক্ষকভগৱা্ন : মাত্র এটা ছিট খালী আছে , নিজৰ কিবা টেলেণ্ট দেখা।১ম :মই পুজাৰী আছিলো। গোটেই জীৱন তোমাৰ সেৱাতে বর্তি থাকিলো।২য়ঃ মই ডাক্তৰ আছিলো। গোটেই জীৱন মানুহৰ সেৱা কৰিলো।৩য় :মই শিক্ষক আছিলো মই শিক্ষা দিয়াৰ লগতে লোকপিয়ল, লোকসভা নির্বাচন, বিধানসভা নির্বাচন, চেমিনাৰ, প’লিও, মধ্যাহ্নভোজন, বর্ড পৰীক্ষা, ইউনিভার্ছিটী পৰীক্ষা, CBSE, ICSE, SSC, HSC.....
2. নদীত গা ধুবলৈ লাজ লাগে ,আৰু ছুইমিং পুলত সাতুঁৰাতো ফেচন বুলি ভাবে ....দুখীয়াক এটকা এটাও দিব নোৱাৰে,আৰু হোটেলত অপ্রয়োজনীয় বস্তু খাব পাৰে....মাক-বাপেকক এগিলাছ পানী আনি দিব নোৱাৰে ,আৰু কোনোবা নেতাক দেখিলে ৱেটাৰ হ’বলৈও সাজু হৈ যায়....ডাঙৰৰ আগত মূৰ দূৱাবলে বেয়া পায় ,কিন্তু ফাল্টু নেতাৰ আগত ....!!ঘৰত পিৰাত বহি ভাত খাবলে লাজ লাগে ,আৰু ফটুৱা পার্টীবোৰত লাইন পাতি থিয় হৈ খানা খাই ভাল লাগে....ভনীয়েকে কিবা বিছাৰিলে অদৰকাৰী খৰচ,আৰু গার্লফ্রেণ্ডৰ ডিমাণ্ডক সৌভাগ্য বুলি ভাবে ....দুখীয়া মানুহৰ শাক-পাচলি কিনিবলে চৰম,শ্বপিং মলত বেহুদা বস্তু কিনিবলে ভাল লাগে....বাপেক মৰিলে মুণ্ডন কৰিবলে বেয়া পায়,আৰু “গজনী’ৰ কাট দিবলৈ ভাল পায়....কোনোবা বামুন পণ্ডিতে যদি টিকনি ৰাখে তাক ক’ব এণ্টিনা,আৰু একে ষ্টাইলত শাহুৰুখ খানে ৰাখিলে ‘কিংখান’....খেতিয়কসকলে উৎপাদন কৰা শস্য বেয়া বুলি নাখায়,আৰু সেইখিনিকে পলিছ কৰি কোম্পানীয়ে বেচিলে ভাল....আৰে অলপতো চৰম কৰা ....ফেচনৰ নামত তোমালোক সদায় বুর্বক বনি আহিছা ....যদি এই বুর্বকামীকেই ফেচন বোলা হয়,তেনে তেনেকুৱা ফেচন আপুনিয়েই কৰক
কি ভাবি আছা.....বন্ধুসকল।

Papon arrived at his Guwahati residence to pay his last respects to the Legend and his father Khagen Mahanta. The state has went into mourning to pay their last respects to the "King of Bihu".



অসমৰ অন্যতম লোকসংগীত বিহু পৰিৱেশনৰ ক্ষেত্ৰত অন্যৱদ্য দক্ষতাৰ গৰাকী তথা বিহু 

সম্ৰাট , অসমবাসীৰ মৰমৰ শিল্পী খগেন মহন্ত ডাঙৰীয়া এই পৃথিৱীত আৰু নাই 


 তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ 

আত্মাই চিৰশান্তি লাভ কৰে ।





Wednesday, 11 June 2014


১০ টা মজাৰ ঘটনা!
--------------------
১) আপুনি চাবনেৰে চকু পৰিষ্কাৰ কৰিব নোৱাৰে!২) আপুনি আপোনাৰ চুলি গণিব নোৱাৰে!৩) আপুনি জিভা বাহিৰত থকা অবস্থাত নিঃশ্বাসলব নোৱাৰে!৪) আপুনি এতিয়া ৩ নাম্বৰটো চেষ্টা কৰিছে!৬) যেতিয়া আপুনি ৩নাম্বৰটো চেষ্টা কৰিছে তেতিয়া দেখিলে যে আপুনি নিঃশ্বাসলব পাৰিছে, আৰু আপোনাক কুকুৰৰ দৰে লাগিছে!৭) আপুনি এতিয়া হাহিছে কাৰণ আপুনি বুৰ্ব্বকবনিলে!৮) আপুনি পাঁচ নাম্বৰটো মিচ কৰিলে!৯) এতিয়া আপুনি চাইছে সচাকৈ ৫নাম্বাৰটো আছে নেকি!১০) ভাল লাগিলে চেয়াৰ কৰক আৰু মজা লুটোক!!


By Collection.

ফেচবুকৰ বিচিত্র মানুহ..!!


ফেচবুক মুৰ্গা- সদায় ৰাতিপুৱা হ'লেই গুড মৰ্নিং দি ৰাইজক জগোৱা তেওঁৰ প্রিয় কাম
ফেচবুক চেলিব্রিটী- এওঁলোকে বন্ধুৰ সংখ্যা বৃদ্ধি কৰি চেলিব্রিটী হবলৈ যধে মধে বন্ধু এড্ কৰে।
ফেচবুক বাবা- এই শ্রেণীৰ মানুহে কেৱল ভগৱানক উদ্দেশ্য কৰি হে পোষ্ট দিয়ে আৰু ভাল ভাল উদ্ধৃতি দিয়ে।
ফেচবুক কুম্ভীলক- এইবিধৰ মানুহে বেলেগৰ ষ্টেটাছ চুৰ কৰি নিজৰ নামত পোষ্ট কৰে, অৰ্থাৎ আনৰ পিঠাৰে বিহু খায়। 
ফেচবুক দেৱদাস- এই জাতৰ মানুহে কেৱল নিৰাশাজনক আৰু কৰুন কবিতা পোষ্ট কৰে আৰু নিজৰ দুখৰ বতৰা ৰাইজক বিলাই ফুৰে
ফেচবুক নিউজ ৰিপৰ্টাৰ- এওঁলোকে দেশ আৰু দুনিয়াৰ বা-বতৰা পোষ্ট কৰি ভাল পায়, ৰাইজেও উপকৃত হয়।
ফেচবুক কমেণ্টেটৰ- এই শ্রেণীয়ে আকৌ নিজে একো পোষ্ট নকৰে, কিন্তু লোকৰ পোষ্টৰ ওপৰত কমেণ্ট দিয়াত সিদ্ধহস্ত।
ফেচবুক অনুবাদক- এই বিধ মানুহে বিভিন্ন পে'জৰ ভাল ভাল পোষ্ট মাতৃভাষালৈ অনুবাদ আৰু অলপ সংযোজন কৰি পোষ্ট কৰে আৰু আনৰ পিঠাৰে বিহু খায় (যেনে মই)
ফেচবুক বিদূষক- এওঁলোক ব্যক্তিগত জীৱনত যিমানেই অসুখী নহওক কিয়, সদায় পোষ্ট আৰু কমেণ্ট দি আনক সুখী কৰি ভাল পায়
ফেচবুক বিচাৰক- এই শ্রেণীয়ে বিচাৰকৰ ভূমিকা লবলৈ উদগ্রীৱ হৈ থাকে। ক'ৰবাত বাক- বিতণ্ডা হলেই উপযাচি বিচাৰ কৰি 'ন্যায়' প্রদান কৰিবলৈ ভাল পায়
ফেচবুক প্লে'বয়- এই শ্রেণীৰ মানুহে ফেচবুকত প্রেমৰ আখৰা কৰি ভাল পায়। ছোৱালী দেখিলেই ফ্রেণ্ড ৰিকুৱেষ্ট পঠায় আৰু ছোৱালী পটাবলৈ আপ্রাণ চেষ্টা কৰে।
ফেচবুক কবি-এই কবি সকলে দিনটোত কমেও একডজন কবিতা লিখে আৰু বিভিন্ন গোটত পোষ্ট কৰে। ৰাইজে কিমান ভাল পাইছে বা আমনি পাইছে এই বিষয়ে তেওঁ নিৰ্বিকাৰ
ফেচবুক সমালোচক- এইটো জাতিৰ মানুহে দোষ খুচৰি ভাল পায়। ভাল পোষ্টত লাইক বা কমেণ্ট নকৰে, কিন্তু কাৰোবাৰ ভুল দেখা পালেই সমালোচনা কৰিবলৈ উঠিপৰি লাগে
ফেচবুক খিলাড়ী- এই খিলাড়ীবোৰে ফেচবুক কেৱল গেইম খেলিবৰ বাবেহে ব্যৱহাৰ কৰে
ফেচবুক বান্দৰ- এইবিধ প্রাণীয়ে কমেণ্টত একো নকয়, কেৱল হাহা, হিহি নাইবা খিকখিক কৰিয়েই দায়িত্ব পালন কৰে
ফেচবুক কালেক্টৰ- এই বিশেষ শ্রেণীৰ মানুহে কেৱল বিভিন্ন গোট আৰু পে'জত জইন কৰি ভাল পায়, কিন্তু ক'তো একো কমেণ্ট বা লাইক নকৰে। আলেঙে আলেঙে চাই হে থাকে।
ফেচবুক লাইকাৰ- এই জাতৰ মানুহৰ আত্মবিশ্বাস কম হয়, সেয়ে কেৱল লাইক কৰিয়েই ক্ষান্ত থাকে। কিবা পোষ্ট বা কমেণ্ট কৰিবলৈ এওঁলোকে বৰ ভয় কৰে, জানোচাঁ এটাও লাইক নাহে....!
ফেচবুক জোকাৰ- এই বিধ প্রাণীৰ বাবে ফেচবুকত টাইম পাছ কৰিবলৈ bore নালাগে। এইবোৰৰ কাণ্ড কাৰখানাই আপোনাক আমোদ দি থাকে। এইবোৰে কোন মুহূৰ্তত কি প'ষ্ট কৰিব নিজেই নাজানে। আপুনি ভাল নাপালেও unfriend কৰিব নোৱাৰে !
আপুনি কোনটো শ্রেণীত পৰে?


By Collection.

Collection Jokes


1. যদি ভাৰতৰ 121 কোটি মানুহৰ ভিতৰত 10% মানুহ
প্রতিদিনে 10 টকা খৰচ কৰে তেনে এমাহত হ’ব প্রায় " 3600
কোটি"...!!!! তেনে যদি আপুনি...
কোকাক’লা বা পেপছী খাই তেনে " 3600 কোটি "
টকা এমাহত দেশৰ পৰা ওলাই যায়....কাৰণ এই সকলোবোৰ
বিদেশী কোম্পানী...।আপুনি জানি আচৰিত হ’ব যে ইয়াৰ
ওপৰত কোনেও গুৰুত্ব নিদিয়ে ....••••
কোকাক’লা বা পেপছীয়ে গৰমৰ দিনত প্রতিদিনে প্রায়
" 7000 কোটি " টকা লুটি লৈ যায়...।
আপুনালৈ অনুৰোধ ....
গৰমৰ দিনকেইটা পাৰিলে কুহিঁয়াৰ/ নাৰিকল/ আম/ আন ফলৰ
ৰস খাওক আৰু দেশৰ প্রায় " 7000 কোটি " টকা বচাই এই
খেতিয়কক দিয়ক...।
""খেতিয়কসকলৰ অর্থনৈতিক উন্নতি হ’ব...""
যদি আমি সকলোৱে.... কোকাক’লা, পেপছী এৰি দিও তেনে
" 1 কোটি " মানুহে সংস্থাপন পাব আৰু ১০ টকা দামৰ ৰস ৫
টকালে নামি আহিব...।
পেপছী- ক’কৰ বটলত সোমাই থকা
"" বিহ"" খিনিৰ উৎপাদিত দাম কিমান....?
•••• "70 পইছা" আৰু বিক্রী কৰে
""10 টকাত""......
স্বদেশী বস্ত ব্যৱহাৰ কৰক ,দেশক শক্তিশালী কৰক..
By সংগ্ৰহ
2. বিয়াৰকাৰনেছোৱালী চাবলৈ গৈ গৈ চান্তা ভাগৰি পৰিছে তথাপি কোনো এজনীৰে লগতচান্তাৰ জোৰানিমিলে !!তথাপি আকৌ এজনী ছোৱালী চাবলৈ গল চান্তা !!ছোৱালীৰ দেউতাক:- (চান্তাৰ প্ৰতি )তুমি প্ৰিং কৰানে ??চান্তা:- হয় মই সদায় কৰো !!দেউতাক:- চিগাৰেট খোৱানে??চান্তা:- হয় মই সদায় খাও !!দেউতাক:- জোৱা খেলানে??চান্তা:- হয়দেউতাক :- কাজিয়া পেচাল কৰানে??চান্তা:- হয়দেউতাক:- তোমাৰ সকলোতে নিগেটিভ আছে!!পজিটিভ কিবাআছেনে??চান্তা:- হয়আছে..............HIV +collection
By সংগ্ৰহ
3.জোনবাই ২০৫০" ৰ তৃতীয়টি গীত
গীতৰ উত্‍স: "এদিন সচাঁকৈ আমাৰ সুখ আহিব, তৰা জোনে হাঁহি হাঁহি আমালৈ চাব..."
(সুৰ মিলাই গাই চাব; ভাল পালে লাইক দিব)
@জোনবাই ২০৫০@
এদিন সচাঁকৈ আমাৰ সুখ আহিব;
4G ইণ্টাৰেট অসমতে সুলভ হৈ পৰিব।
টেকনলজি বেছি হব,
পঢ়াৰ বোজা কমিব,
ফেচবুক চাটিংৰ লাইন সদায়ে বৈ থাকিব।

3G 4G কলিং সদায়ে বৈ থাকিব।।
এদিন সপোনবোৰ সচাঁ হৈ পৰিব;
মাছির্ডিছ, ফেৰাৰীয়ে আমাৰ গলি ভৰিব।
ওখ ওখ বহু মল আমাৰে কেউদিশে,
গঢ়ি গঢ়ি আমাক হাঁহিবলৈ শিকাব।

অট্রালিকায়ে আমাৰ নতুন সমাজ গঢ়িব।।
এদিন সপোনবোৰ সচাঁ হৈ পৰিব;
বুঢ়া বুঢ়ী ঝামেলাবোৰ নোহোৱা হব।
টেকনলজি বাঢ়িব,
আমাৰ কষ্ট কমিব,
লাহে লাহে অসম আমেৰিকা হৈ পৰিব।

লাহে লাহে বিদেশ স্বদেশতে গঢ়িব।।
যদি বিহু গীতবোৰ নোহোৱা হৈ পৰে;
ভূপেন দা; বিষ্ণু ৰাভাক আমাৰ লৰাই পাহৰে।
ভাগৰি নপৰো দেই; চকুলো নুটুকো দেই;
হাঁহি হাঁহি শিকাম মর্ডান নাচ-গানকে

By Collection
নাচিব নাজানে চোতাল বেকা Facebook page
4. এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক
খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :
সকলো ধৰনৰ চিকিত্সা কেৱল ১০০ টকাত কৰা হ’ব
আৰু যদি চিকিত্সা কৰিব নোৱাৰো,
তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম ।
একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ
হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।
তেওঁ ডাক্তৰ জনক ক’লে :
‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব
নোৱাৰা হৈছো !’’
ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ
বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ
জিভাত দি দিবলৈ ক’লে ।
ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই
মানুহজনে চিঞৰি উঠিল...
‘‘ইছ ৰাম ! ইমান তিতা !!’’
ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :
‘‘Congratulasion, আপোনাৰ জিভাৰ অনুভব
শক্তি ঘূৰি আহিল ।’’
এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল
আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ
টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক
খনলৈ আহিল ।
মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই
পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত
নাই !
ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ
বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ
জীভাত দি দিবলৈ ক’লে ।
সহকাৰী জনে ঔষধ দিবলৈ লোৱাত
মানুহজনে আচৰিত হৈ সুধিলে :
‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব
শক্তি ঘূৰাই অনাৰ বাবেহে!?’’
ডাক্তৰ :- Congratulasion, আপোনাৰ স্মৃতি শক্তিও
ঘূৰি আহিল ।
By Collection
5.
6. শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষক
কচোন মাদ্ৰাজৰ নামটো চেন্নাই কিয় হল ?
কণটিলৌ : (টপৰাই) ছাৰ, চেন্নাইৰ
মানুহবোৰে লুংগি পিন্ধে আৰু লুংগিত চেইন
নাথাকে সেইকাৰণে মাদ্ৰাজৰ নামটো সলাই
চেন্নাই ৰাখিলে ।
বি: দ্ৰ: চেন্নাই = চেইন + নাই
By Collection



দত্ত :হৌৰা, এই টিভিটো কেইটকাত দিবা?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো ৷দত্ত(এক মাহৰ পিছত দাৰি-চুলি কাটি একদম ফিটফিটিয়া হৈ)ঃ হেৰা, এই টিভিটোৰ দাম কিমান?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!আকৌ এক মাহৰ পিছত দত্ত এইবাৰ ফৰ্মেল দ্ৰেছত দন্দায়মান...দত্ত(ইংলিচত হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো ৷ৰণচণ্ডীমূৰ্তি ধৰি দত্ত এইবাৰ গৰজি উঠিল..."হৌৰা, বাৰে বাৰে তুমি মোক কেনেকৈ গাঁওলীয়া ভূত বুলি চিনি পোৱা হে?"দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন বুলি কয় ৰে গৰু ৷
By Collection


টেটোনে এবাৰ সেনা বাহিনীৰ গাড়ী এখন চলাই নি আছিল ,হঠাত্‍ গাড়ীখনৰ ষ্টার্ত বন্ধ হল । মেজৰে সুধিলে কি হল ?
টেটোনঃ চাহাৱ ,গাড়ীত তেল নাই আৰু পেট্ৰোল পাম্পলৈ ১০কিলোমিটাৰ আছে গাড়ীখন ঠেলি নিব লাগিব ।
ভাৰতীয় সেনা কোনো পদ্ধেই হাৰ নামানে ,মেজৰে সেনাসকলক গাড়ীখন ঠেলিবলৈ আদেশ দিলে আৰু নিজেওঁ ঠেলিলে ।টেটোনে আৰামত ষ্টেইৰিংত ধৰি বিড়ী এটা জলাই গৈ থাকিল ।
ইমান দুৰ ৰাস্তা !সেনাসকলৰ অৱস্থা কাহিল দুজনমান বেহুচ হল ,থকা কেইজনৰো অৱস্থা কাহিল ,অৱশেষত পেট্ৰোল পাম্প পালে ।মেজৰে টেটোনক কলে গাড়ীখনত ফুল টাংকি তেল ভৰাই লোৱা আৰু পিচফালে থকা ডাঙৰ দ্ৰামটোতো তেল ফুল কৰি লোৱা ।
টেটোনঃ চাহাৱ ,দ্ৰামটোত তেল ফুল হৈ আছে ।
মেজৰঃ তেনেহলে সেইটোৰ পৰা তেল কিয় নভৰালা ?
টেটোনঃ চাহাৱ ,সেইটো কেৱল ইমাৰজেঞ্চিত ব্যৱহাৰ কৰাৰ বাবেহে ৰাখি থৈছো ।
মেজৰ লগে লগে বেহুচ ।


By Collection

Saturday, 7 June 2014


"সাগৰ সংগমত কতনা সাতুৰিলো"






DELHI UNIVERSITY HELP DESK:-





Friday, 6 June 2014

2014 FIFA World Cup schedule

Have a look at the FIFA World Cup 2014 Groups below:
GROUP A
BRAZIL
CROATIA
MEXICO
CAMEROON
GROUP B
SPAIN
NETHERLANDS
CHILE
AUSTRALIA
GROUP C
COLOMBIA
GREECE
IVORY COAST
JAPAN
GROUP D
URUGUAY
COSTA RICA
ENGLAND
ITALY
GROUP E
SWITZERLAND
ECUADOR
FRANCE
HONDURAS
GROUP F
ARGENTINA
BOSNIA-HERZEGOVINA
IRAN
NIGERIA
GROUP G
GERMANY
PORTUGAL
GHANA
UNITED STATES
GROUP H
BELGIUM
ALGERIA
RUSSIA
SOUTH KOREA







The group winners and runners-up advance to the round of 16 (Second Round). The opening game of the 2014 Fifa World Cup will see hosts Brazil play Croatia on June 12, 2014. Here are the timings and match schedule for the FIFA World Cup 2014:

Time
 THURSDAY, JUNE 12  THURSDAY, JUNE 12 StageVenue
20:00 GMT
BRAZIL
 VSCROATIAGroup AArena Corinthians
FRIDAY, JUNE 13, 2014
Time
   
Stage
Venue
16:00 GMT
MEXICO
 VSCAMEROONGroup AEstadio das Dunas
19:00 GMTSPAIN VS
NETHERLANDS
Group B
Arena Fonte Nova
22:00 GMTCHILE VSAUSTRALIAGroup B
Arena Pantanal

SATURDAY, JUNE 14, 2014
Time
   StageVenue
16:00 GMT
COLOMBIA VSGREECEGroup CEstadio Mineirão
19:00 GMT
URUGUAY VSCOSTA RICAGroup DEstadio Castelão
22:00 GMTENGLAND VSITALYGroup D
Arena Amazonia
01:00 GMTIVORY COAST VSJAPANGroup C
Arena Pernambuco
SUNDAY, JUNE 15, 2014
Time
   StageVenue
16:00 GMT
SWITZERLAND VSECUADORGroup ENacional
19:00 GMT
FRANCE VSHONDURASGroup E
Estadio Beira-Rio
22:00 GMTARGENTINA VSBOSNIA-HERZEGOVINAGroup F
Estadio do Maracanã

MONDAY, JUNE 16, 2014
Time
   
Stage
Venue
16:00 GMT
GERMANY VSPORTUGALGroup GArena Fonte Nova
19:00 GMT
IRAN VSNIGERIAGroup F
Arena da Baixada
22:00 GMTGHANA VSUNITED STATESGroup G
Estadio das Dunas
TUESDAY, JUNE 17, 2014
Time   Stage
Venue
16:00 GMT
BELGIUM VSALGERIAGroup HEstadio Mineirão
19:00 GMT
BRAZIL VSMEXICOGroup A
Estadio Castelão
22:00 GMTRUSSIA VSSOUTH KOREAGroup H
Arena Pantanal

WEDNESDAY, JUNE 18, 2014
Time
   StageVenue
16:00 GMT
AUSTRALIA VSNETHERLANDSGroup B
Estadio Beira-Rio
19:00 GMTSPAIN VSCHILEGroup B
Estadio do Maracanã
22:00 GMTCAMEROON VSCROATIAGroup A
Arena Amazonia
THURSDAY, JUNE 19, 2014
Time   Stage
Venue
16:00 GMT
COLOMBIA VSIVORY COASTGroup CNacional
19:00 GMT
URUGUAY VSENGLANDGroup D
Arena Corinthians
22:00 GMTJAPAN VSGREECEGroup C
Estadio das Dunas

FRIDAY, JUNE 20, 2014
Time   Stage
Venue
16:00 GMT
ITALY VSCOSTA RICAGroup DArena Pernambuco
19:00 GMT
SWITZERLAND VSFRANCEGroup E
Arena Fonte Nova
22:00 GMTHONDURAS VSECUADORGroup E
Arena da Baixada
SATURDAY, JUNE 21, 2014
Time
   Stage
Venue
16:00 GMT
ARGENTINA VSIRANGroup FEstadio Mineirão
19:00 GMT
GERMANY VSGHANAGroup G
Estadio Castelão
22:00 GMTNIGERIA VSBOSNIA-HERZEGOVINAGroup F
Arena Pantanal

SUNDAY, JUNE 22, 2014
Time
   StageVenue
16:00 GMT
BELGIUM VSRUSSIAGroup HEstadio do Maracanã
19:00 GMTSOUTH KOREA VSALGERIAGroup H
Estadio Beira-Rio
22:00 GMTUNITED STATES VSPORTUGALGroup G
Arena Amazonia
MONDAY, JUNE 23, 2014
Time   Stage
Venue
16:00 GMT
AUSTRALIA VSSPAINGroup BArena da Baixada
16:00 GMT
NETHERLANDS VSCHILEGroup BArena Corinthians
20:00 GMTCROATIA VSMEXICOGroup A
Arena Pernambuco
20:00 GMTCAMEROON VSBRAZILGroup A
Nacional

TUESDAY, JUNE 24, 2014
Time   Stage
Venue
16:00 GMT
ITALY VSURUGUAYGroup DEstadio das Dunas
16:00 GMT
COSTA RICA VSENGLANDGroup DEstadio Mineirão
20:00 GMTJAPAN VSCOLOMBIAGroup C
Arena Pantanal
20:00 GMTGREECE VSIVORY COASTGroup C
Estadio Castelão
WEDNESDAY, JUNE 25, 2014
Time
   StageVenue
16:00 GMT
NIGERIA VSARGENTINAGroup FEstadio Beira-Rio
16:00 GMT
BOSNIA-HERZEGOVINA VSIRANGroup F
Arena Fonte Nova
20:00 GMTHONDURAS VSSWITZERLANDGroup E
Arena Amazonia
20:00 GMTECUADOR VSFRANCEGroup E
Estadio do Maracanã

THURSDAY, JUNE 26, 2014
Time
   StageVenue
16:00 GMT
UNITED STATES VSGERMANYGroup GArena Pernambuco
16:00 GMTPORTUGAL VSGHANAGroup G
Nacional
20:00 GMTSOUTH KOREA VSBELGIUMGroup H
Arena Corinthians
20:00 GMTALGERIA VSRUSSIAGroup H
Arena da Baixada
SATURDAY, JUNE 28, 2014
Time   Stage
Venue
16:00 GMT
1A VS2BSecond RoundEstadio Mineirão
20:00 GMT1C VS2DSecond Round
Estadio do Maracanã

SUNDAY, JUNE 29, 2014
Time   Stage
Venue
16:00 GMT
1B VS2ASecond RoundEstadio Castelão
20:00 GMT1D VS2CSecond Round
Arena Pernambuco
MONDAY, JUNE 30, 2014
Time
   Stage
Venue
16:00 GMT
1E VS2FSecond RoundNacional
20:00 GMT1G VS2HSecond Round
Estadio Beira-Rio

TUESDAY, JULY 1, 2014
Time   Stage
Venue
16:00 GMT
1F VS2ESecond RoundArena Corinthians
20:00 GMT1H VS2GSecond Round
Arena Fonte Nova
FRIDAY, JULY 4, 2014
Time   Stage
Venue
16:00 GMT
Winner Match 51 VSWinner Match 52Quarter-finalsEstadio do Maracanã
20:00 GMTWinner Match 49 VSWinner Match 50Quarter-finals
Estadio Castelão

SATURDAY, JULY 5, 2014
Time   Stage
Venue
16:00 GMT
Winner Match 55 VSWinner Match 56Quarter-finalsNacional
20:00 GMTWinner Match 53 VSWinner Match 54Quarter-finals
Arena Fonte Nova
TUESDAY, JULY 8, 2014 (SEMI-FINAL)
Time
   Stage
Venue
20:00 GMTWinner Match 57 VSWinner Match 58Semi-finals
Estadio Mineirão

WEDNESDAY, JULY 9, 2014 (SEMI-FINAL)
Time   Stage
Venue
20:00 GMT
Winner Match 59 VSWinner Match 60Semi-finals
Arena Corinthians
SATURDAY, JULY 12, 2014 (THIRD PLACE)
Time  

Stage
Venue
20:00 GMT
Loser Match 61 VSLoser Match 62Third Place
Nacional

SUNDAY, JULY 13, 2014
Time

  
Stage
Venue
19:00 GMT
Winner Match 61 VSWinner Match 62Final
Estadio do Maracanã