১০ টা মজাৰ ঘটনা!
--------------------
১) আপুনি চাবনেৰে চকু পৰিষ্কাৰ কৰিব নোৱাৰে!২) আপুনি আপোনাৰ চুলি গণিব নোৱাৰে!৩) আপুনি জিভা বাহিৰত থকা অবস্থাত নিঃশ্বাসলব নোৱাৰে!৪) আপুনি এতিয়া ৩ নাম্বৰটো চেষ্টা কৰিছে!৬) যেতিয়া আপুনি ৩নাম্বৰটো চেষ্টা কৰিছে তেতিয়া দেখিলে যে আপুনি নিঃশ্বাসলব পাৰিছে, আৰু আপোনাক কুকুৰৰ দৰে লাগিছে!৭) আপুনি এতিয়া হাহিছে কাৰণ আপুনি বুৰ্ব্বকবনিলে!৮) আপুনি পাঁচ নাম্বৰটো মিচ কৰিলে!৯) এতিয়া আপুনি চাইছে সচাকৈ ৫নাম্বাৰটো আছে নেকি!১০) ভাল লাগিলে চেয়াৰ কৰক আৰু মজা লুটোক!!
By Collection.