Papon arrived at his Guwahati residence to pay his last respects to the Legend and his father Khagen Mahanta. The state has went into mourning to pay their last respects to the "King of Bihu".
অসমৰ অন্যতম লোকসংগীত বিহু পৰিৱেশনৰ ক্ষেত্ৰত অন্যৱদ্য দক্ষতাৰ গৰাকী তথা বিহু
সম্ৰাট , অসমবাসীৰ মৰমৰ শিল্পী খগেন মহন্ত ডাঙৰীয়া এই পৃথিৱীত আৰু নাই ।
তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ
আত্মাই চিৰশান্তি লাভ কৰে ।