INCREDIBLE ASSAM

Monday, 2 June 2014

Asomiya Joke

এবাৰ এজনী ছোৱালীৰ লটাৰীত ১০কোটি টকা লাগি গল ।

লটাৰী অনুস্থিত কৰা মানুহ কেইজনে ভাবিলে এই খবৰটো ছোৱালীজনীক এনেকৈ
দিলে তাই হয়তো ইমান বেছি আনন্দ সহ্য কৰিব নোৱাৰি মৰি থাকিব পাৰে !!
সেইকাৰনে বহু ভাবি চিন্তি এজন বুঢ়া মানুহক এই কামটোৰ দায়িত্ব দিলে আৰু কলে-------->
ছোৱালী জনীক এনেকৈ কব যাতে
তাই বেছি আনন্দিত হৈ মৰি নাথাকে!!
বুঢ়া মানুহজন ছোৱালীজনীৰ উচৰলে গল আৰু কলে-->
ধৰি লোৱা তুমি লটাৰীত ১০কোটি টকা পালা তেতিয়া তুমি সেই টকাৰে কি
কৰিবা ??
ছোৱালী জনীয়ে অকনমান সময় চিন্তা কৰিলে আৰু তাৰ পাচত কলে---->
প্ৰথম মই তোমাৰ সন্মুখত ডান্স
কৰিম ।
তাৰ পাচত তোমাৰ লগত ৰোমান্স
কৰিম !!
তাৰপাচত তোমাকেই মই বিয়া কৰিম
আৰু
আৰু
আৰু মই লটাৰীত পোৱা টকাৰ আধা টকা মানে ৫কোটি টকা তোমাক দি দিম !!
*
*
*
*
*
*
*
*
*
*
*
*
*
*
ছোৱালীজনীৰ কথা শুনি বুঢ়া টোৱেই মৰি থাকিল